নাৰী এজনী বজাৰলৈগৈ ১০ টা দোকান ঘূৰি ২০ খন কাপোৰ ট্ৰাই কৰি অবশেষত ১ খনহে ক্ৰয় কৰে। এইখিনিতে অনুমান কৰিব পৰা যায় নাৰীসকলৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা (Decision Making Power) কিমান!
হাদীছত বৰ্ণিত আছেঃ "সেই জাতিৰ বা দেশৰ উন্নয়ন কদাপি নহয়, যি জাতিয়ে তেওঁলোকৰ গুৰুদায়িত্ব নাৰীৰ হাতত অৰ্পন কৰে" [সহীহ বুখাৰী, হাদীছ ৪৪২৫, ৭০৯৯]
তেনেক্ষেত্ৰত দেশৰ বানিজ্য আৰু বিত্তমন্ত্ৰী যেতিয়া নাৰী হয়, আমি কিনো উন্নয়ন আশা কৰিব পাৰোঁ?
সৌ সিদিনা PMC Bank আজি আকৌ Yes Bank ৰ যিটো দুৰৱস্থা তাৰ বাবে দায়ী কোন?
দেশৰ অৰ্থনৈতিক অৱনতিৰ বাবে কাক জগৰীয়া কৰিম?
#YesBankCrisis