স্বৰ্ণকণ্যা, ধিং এক্সপ্ৰেছ হিমা দাসক অসম আৰক্ষীৰ DSP পদ।অলিম্পিক, কমনৱেলথ গেমছত স্বৰ্ণজয়ীলৈ ACS আৰু APS ৰ সমপৰ্যায়ৰ চাকৰি প্ৰদান কৰা হ'ব বুলি অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত ঘোষণা কৰাৰ পিছৰে পৰা সৰ্বত্ৰ এতিয়া সমালোচনা আৰু প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে।
এতিয়া আহোঁ মূল কথালৈ। হিমা দাসৰ অসম বা ভাৰতৰ প্ৰতি যিখিনি অৱদান সেয়া কোনো দেশবাসীয়ে নুই কৰিব নোৱাৰে। এছিয়ান গেমছৰ ট্ৰেকত দৌৰি তাই অসমীয়াক যিমানখিনি গৌৰাম্বিত কৰিলে সেয়া কোনো দুদিনে কোনোকালেই কোনো অসমীয়াই নোৱাৰিলেহেঁতেন।
DSP ৰ পদৰ বাবে তাই যোগ্য হয় নে নাই সেয়া বিবেচনা কৰিবলৈ আপুনি আৰু মই কোনো নহয়। আৰু অসম চৰকাৰে হিমা দাসক DSP আৰু অন্য অলিম্পিক, কমনৱেলথ গেমছত স্বৰ্ণজয়ীলৈ ACS আৰু APS ৰ সমপৰ্যায়ৰ চাকৰি Honorary প্ৰদান কৰিব। Honorary চাকৰি বা Honorary Doctorate যিসকলে বুজি নাপায় সিহঁতৰ জ্ঞাতাৰ্থে জনাওঁ যে ভাৰত চৰকাৰে
Kopil Dev ক Lieutenant Colonel, Indian Territorial Army
Sachin Tendulkar ক Indian Air Force's honorary rank of Group Captain.
Mahendra Singh Dhoni ক Lieutenant Colonel, Indian Territorial Army.
Umesh Yadav ক Assistant Manager, Reserve Bank of India.
Yuzvendra Chahal ক DSP, Hariyana.
Harbhajan Singh ক Punjab Police ৰ DSP.
RK Rahul ক Assistant Manager, Reserve Bank of India.
Yuzvendra Singh Chahal ক Inspector, Income Tax.
APJ Abdul Kalam চাহাবক ৪০ খন বিশ্ববিদ্যালয়ে ৭ টা Honorary Doctorate উপাধি প্ৰদান কৰিছে।
Shahrukh Khan ক Melbourne-based La Trobe University এ honorary doctorate degree প্ৰদান কৰিছে। [More...]
ভাৰত চৰকাৰে বা বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁলোকৰ শিক্ষাগত অৰ্হতা দেখি Honorary Doctorate বা Honorary Job প্ৰদান কৰা নাই। তেওঁলোকে দেশ আৰু জাতিৰ বাবে আগবঢ়োৱা নিঃস্বাৰ্থ সেৱা আৰু দেশক প্ৰতিনিধিত্ব কৰি পৃথিৱীৰ ভিতৰতে দেশৰ নাম জাকত জিলিকা কৰি তোলা বাবেই প্ৰদান কৰা হয় এনেকুৱা চাকৰি, ডিগ্ৰী বা উপাধি।
তেনেক্ষেত্ৰত দেশৰ আলিয়ে গলিয়ে পিটপিটাই ফুৰা নিবনুৱাৰ সৈতে দেশৰ এইসকল ৰত্নৰ লগত তুলনা কৰি তেওঁলোকৰ মহানুভৱতাক তুচ্ছ জ্ঞান নকৰিব। অসম চৰকাৰে হিমা দাস আৰু অলিম্পিক, কমনৱেলথ গেমছত স্বৰ্ণজয়ীক প্ৰদান কৰা চাকৰি সম্পূৰ্ণ যুক্তিসংগত আৰু তেওঁলোকৰ এনেকুৱা Honour খুবেই দৰকাৰ আছে। যাতে উঠি অহা প্ৰজন্মই এইবোৰ প্ৰেৰণাৰ উৎস হিচাপে লৈ দেশ আৰু জাতিৰ বাবে কিবা এটা কৰিব পাৰে।
বহুতে ফেচবুকত লিখিছেঃ হিমা দাসলৈ অসম চৰকাৰে প্রথম পৰ্যায়ৰ বিষয়া হিচাপে DSP পদ আগবঢ়ালে।তেন্তে শিক্ষাৰ মৰ্যাদা নো ক'ত? IAS,IPS ৰ ক'ত মৰ্যাদা?এনেকৈয়ে অসম চৰকাৰক আৰু যে কতনা তুলাধুনা।
দেশত যিটো সময়ত অসংখ্য শিক্ষিত নিবনুৱাই পিতপিতাই ফুৰিছে, সেই সময়ত হিমা দাসক অসম আৰক্ষীৰ DSPৰ পদ কিমানদূৰ যুক্তিসংগত? তাই সেই পদৰ বাবে
শৈক্ষিক ভাবে যোগ্য হয় জানো?